Blogger হৈছে সকলোতকৈ সহজ এটি ব্লগিংৰ মাধ্যম| Blogger ক প্ৰথমতে পায়ৰা লেবচে গড়ে যদিও দুহেজাৰ তিনি চনত ইয়াক গুগলে ক্ৰয় কৰি লয়| Blogger দ্বাৰা গড়া ব্লগ বোৰৰ hosting গুগলে কৰে আৰু চাবডমেইন blogspot.com ত উপলব্ধ হয়| এনে ব্লগবোৰ ব্লগাৰৰ নিজা কাচতম ডমেইনটো উপলব্ধ হয়|
Blogger ত ফুড ব্লগ এটা খোলাৰ আগতে কিছুমান জানিব লগীয়া কথা :
• ফুড ব্লগ মানে কি?
• WordPress কি ?
sign in to Blogger
Blogger একাউন্ট খুলিবলৈ আপোনাৰ দৰকাৰী Google username আৰু password.
Blogger ত ফুড ব্লগ এটা খোলাৰ আগতে কিছুমান জানিব লগীয়া কথা :
• ফুড ব্লগ মানে কি?
• WordPress কি ?
Blogger ত ব্লগ কিদৰে খুলিব
STEP 1
Blogger ত বিনামূলীয়া ব্লগ এটা খুলাৰ আগতে আপুনি Blogger একাউন্ট এটা খুলাৰ দৰকাৰ| ক্লিক কৰক ->sign in to Blogger
Blogger একাউন্ট খুলিবলৈ আপোনাৰ দৰকাৰী Google username আৰু password.
STEP 2
Blogger একাউন্ট sign in কৰাৰ পাছত বাওঁফালে থকা তলমূখীয়া কাড় দাল টেপিব| ক্লিক কৰিব "New Blog"| ক্লিক কৰিলে তলত দেখুৱাৰ দৰে পাব|
STEP 3
এইদৰে ব্লগ নাম টাইপ কৰাৰ পাছত ব্লগ এড্ৰেচ টাইপ কৰিব তলত দেখুৱাৰ দৰে|কেতিয়াবা আপুনি বিচৰা সেই নামৰ ব্লগ এড্ৰেচ নপাবও পাৰে, অন্য কোনোবাই সেই নামৰ ব্লগ আগতেই বনাই লব পাৰে| তেতিয়া অন্য নাম টাইপ কৰি বিছাৰিব যেতিয়ালৈ আনে ব্যবহাৰ নকৰা ব্লগ নাম আৰু এড্ৰেচ বিছাৰি নাপায়|
STEP 5
ওপৰৰ ফটো খনত দেখুওৱা যি কোনো এটা Theme ক্লিক কৰি (এই থিম পিছত সলাবও পাৰে) সোঁফালে তলত থকা "Create blog" ত ক্লিক কৰক|
এইদৰে আপুনি Bloggerত বিনামূলীয়া ফুড ব্লগ এটা খুলিব পাৰে|
(পৰবৰ্তী ব্লগ পষ্টত ৰেচিপি কিদৰে পষ্ট কৰিব পাৰি তাৰ বিষয়ে পাব|)
কিবা জানিবলৈ তলত কমেন্ট কৰিব পাৰে আৰু যদি পষ্ট টো ভাল পালে আৰু ফুড ব্লগিংৰ ওপৰত আৰু পষ্ট পাবলৈ ব্লগটো Subscribe কৰিব নাপাহৰিব|

Thank you😊
ReplyDeleteWelcome
Delete